of that sort (English) [ IPA: əv ˈðæt ˈsɔrt ASM: অফ ডেট চৰ্ট]
Contributed by: Bikram M Baruah on 2009-03-10
1. (Pronoun) of the way mentioned উল্লেখ কৰা ধৰণৰ
English: of that sort,
Assamese: তত্তুল্য,
তথা,
তথৈবচ,
তেনুৱা,
তেনে,
তেনেকুৱা,
তেনেকুৱাই,
তেনয়,
সেই নিচিনা,
সেইৰূপ